Subscribe
URL of the page has been copied to clipboard.
Meaning : বয়সীয়াল বা বুঢ়ি মহিলাৰ বাবে আদৰসূচক সম্বোধন
Example : আইতা আপুনি আপোনাৰ ভৰিটো ওপৰলৈ তোলক
Synonyms : আই
Meaning : মাকৰ মাক
Example : মোৰ প্রতিপালন আইতাই কৰিছিল
Synonyms : আথাও, আবু
Meaning : ককাদেউতাৰ পত্নী
Example : আইতাই লʼৰা-ছোৱালীবোৰক সদায় সাধু শুনায়
Install App