Meaning : আইচলেণ্ডৰ ভাষা
Example :
আইচলেণ্ডী উত্তৰ জার্মান ভাষা পৰিয়ালৰ অন্তর্গত
Synonyms : আইচলেণ্ডী ভাষা
Meaning : আইচলেণ্ডৰ সৈতে সম্বন্ধ থকা বা আইচলেণ্ডৰ
Example :
আইচলেণ্ডীয় সংসদক আলথিংগ বা আলপিংগী বা আলপিঞ্জী বুলি কোৱা হয়
Synonyms : আইচলেণ্ডীয়