Subscribe
URL of the page has been copied to clipboard.
Meaning : * সম্বন্ধ আদি নাইকিয়া হোৱা
Example : নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল
Synonyms : এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, পৃথক হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা, বেলেগ হোৱা
Install App