Subscribe
URL of the page has been copied to clipboard.
Meaning : দাঁত, নখ, ঠোট বা হাতুৰা আদিৰে কোনো বস্তু ফালি-চিৰি কিছু অংশ আঁজুৰি লোৱা
Example : শগুণে মৃত জন্তুৰ মাংস খামুচি আছে
Synonyms : আঁচোৰ মৰা, খামুচা, খামোচ মৰা, চিকোটা
Meaning : নখেৰে খজুওৱা কার্য
Example : ফোহাটো আঁচুৰি থাকিলে ঘা লাগিব
Synonyms : আঁচুৰি থকা
Install App