Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ ওপৰত ধ্যান দিয়া হোৱা নাই
Example : এই গাঁওখন আজিও চৰকাৰৰ দ্বাৰা উপেক্ষিত
Synonyms : অনাদৃত, উপেক্ষিত, হেয়
Meaning : যাক অপমান কৰা হৈছে
Example : অশোকে মদৰ নিচাত নিজৰ বাপেককে অপমানিত কৰিলে
Synonyms : অনাদৃত, অপমানিত, উপেক্ষিত, নাকাল, লাঞ্ছিত
Install App