Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অৱসৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

অৱসৰ   বিশেষ্য

Meaning : কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে

Example :

Synonyms : অৱকাশ, আজৰি, আৰাম, জিৰণি, তত, ফুৰচৎ, বিশ্রাম, শান্তি, সুখ

Meaning : আৰামৰ সময়

Example : আপুনি মোক জিৰণিত লগ কৰক

Synonyms : আজৰি, জিৰণি, জিৰণি সময়, বিশ্রাম কাল, বিৰাম কাল

Meaning : নিয়মিতভাৱে মানুহ কামত উপস্থিত নথকা বন্ধৰ দিন

Example : ভাৰত চৰকাৰে ৰবিবাৰটো ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে

Synonyms : অৱকাশ, ছুটী, বিৰতি, বিৰাম