Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অৱস্থা from অসমীয়া dictionary with examples, synonyms and antonyms.

অৱস্থা   বিশেষ্য

Meaning : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা

Example : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব

Synonyms : দশা, স্থিতি

Meaning : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

Example : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

Synonyms : গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ

Meaning : ৰসায়ন বিজ্ঞানত মানি লোৱা সকলো পদার্থ ্সমাহিত হোৱা সেই তিনিটা অৱস্থা

Example : পদার্থ ্গোটা, জুলীয়া আৰু গেছীয় এই তিনিটা অৱস্থাত পোৱা যায়