Subscribe
URL of the page has been copied to clipboard.
Meaning : অন্তিম সময়ত
Example : অৱশেষত তেওঁ নিজৰ কামত সফল হʼল
Synonyms : অন্তত, অন্তিমত, শেষত
Meaning : উল্লেখ কৰা বা নির্দিষ্ট হৈ থকা কোনো সময় পাৰ হৈ যোৱা সময়ছোৱা:এই কামটো কৰাৰ পিছতহে মই ঘৰলৈ যাম
Example :
Synonyms : পিছত, পৰবর্তী, পৰিশেষত, শেষকালত, শেষত
Install App