Subscribe
URL of the page has been copied to clipboard.
Meaning : যি তলমূৰ কৰি আছে
Example : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
Synonyms : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনত, নিম্নগত, নিম্নগামী
Meaning : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
Example : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
Synonyms : অধঃপতিত, অধোগত, অৱনত, পতিত
Meaning : যি নমিত নহয়
Example : বন্দী অৱস্থাতো পুৰুৱে আলেকজেণ্ডাৰৰ ওচৰত শিৰ অৱনমিত নকৰিলে
Install App