Subscribe
URL of the page has been copied to clipboard.
Meaning : তলমূৰ কৰি থকা
Example : ফলেৰ অৱনত হৈ থকা ডালবোৰ মাটিত লাগি আছে
Synonyms : নত
Meaning : আগৰ ফালে হাউলি থকা
Example : অৱনত শাখাবোৰ কাটি দিয়াই ভাল হʼব
Meaning : যি তলমূৰ কৰি আছে
Example : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
Synonyms : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনমিত, নিম্নগত, নিম্নগামী
Meaning : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
Example : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
Synonyms : অধঃপতিত, অধোগত, অৱনমিত, পতিত
Meaning : যাৰ দৰ বা ভাও কমি গৈছে
Example : বজাৰলৈ নতুন নতুন উৎপাদিত বস্তু অহাৰ কাৰণে প্রত্যেক বস্তুৰ দাম কমি গৈছে
Synonyms : কম, মন্দা
Install App