Subscribe
URL of the page has been copied to clipboard.
Meaning : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
Example : কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
Synonyms : নমোৱা
Meaning : ওপৰৰ পৰা তললৈ অহা কার্য
Example : পাহাৰৰ পৰা অৱৰোহণ কৰাৰ সময়ত সাৱধান হোৱা উচিত
Synonyms : অধোগতি, অধোগমন, অৱৰোহণ, নমা-, নমোৱা-
Meaning : কোনো বিমান বন্দৰত উৰাজাহাজ নমা এক কার্য
Example : লʼৰা-ছোৱালীবোৰে ঘৰৰ ছাদৰ পৰা উৰাজাহাজৰ অৱতৰণ চাই আছিল
Install App