Meaning : দেৱতাসকলৰ অৱতাৰ গ্রহণ কৰা ৰূপ
Example :
ভগৱান বিষ্ণুৰ চৌবিশ অৱতাৰৰ ভিতৰত ৰামো এজন
Meaning : কোনো বিশেষ উদ্দেশ্যেৰে দেৱতা আদিৰ সংসাৰী প্রাণীৰ শৰীৰত পৃথিৱীলৈ আগমন
Example :
ত্রেতাযুগত ভগৱান ৰামৰ অৱতাৰ হৈছিল