Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ উলঙ্ঘন কৰা হৈছে
Example : উলংঘিত নীতি-নিয়মৰ সংশোধন হোৱাটো আৱশ্যক
Synonyms : উলংঘিত, উলঙ্ঘিত
Meaning : যিটো উপেক্ষা কৰিবৰ যোগ্য
Example : প্রভুৰ নির্মিত কোনো বস্তুৱেই উপেক্ষণীয় নহয়
Synonyms : অনাদৃত, অনাদৰণীয়, অৱজ্ঞাপ্রসূত, অৱজ্ঞেয়, অৱহেলনীয়, উপেক্ষণীয়, উপেক্ষিত
Install App