Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অৱজ্ঞা from অসমীয়া dictionary with examples, synonyms and antonyms.

অৱজ্ঞা   বিশেষ্য

Meaning : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে

Example : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়

Synonyms : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱমাননা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ

Meaning : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব

Example : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়

Synonyms : অগ্রাহ্য, অনাদৰ, অৱহেলা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা