Subscribe
URL of the page has been copied to clipboard.
Meaning : অৰুণাচলত বাস কৰোতা
Example : কেইবাজনো অৰুণাচলবাসীৰ সৈতে মোৰ ভাল বন্ধুত্ব আছে
Synonyms : অৰুণাচলবাসী, অৰুণাচলী
Meaning : অৰুণাচলৰ বা অৰুণাচল সম্বন্ধীয়
Example : আজি আমি অৰুণাচলী লোকনৃত্য চাবলৈ গৈছিলো
Synonyms : অৰুণাচলী, অৰুণাচলৰ
Install App