Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অৰুচিকৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

অৰুচিকৰ   বিশেষণ

Meaning : যিটো ৰুচিকৰ নহয়

Example : অৰুচিকৰ কাম কৰা উচিত নহয়

Synonyms : অপ্রিয়, অপ্রীতিকৰ

Meaning : যিটো ৰুচিপূর্ণ নহয়

Example : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ

Synonyms : অসাৰ, নীৰস, ৰসহীন, ৰুচিহীন

Meaning : যিটোক খাবলৈ ইচ্ছা নাথাকে

Example : অৰুচিকৰ হʼলেও কিছুমান পুষ্টিকৰ খাদ্য খাব লাগে

Synonyms : উপাদেয় নোহোৱা, জিভাত নলগা, জুতি নলগা, মুখত নলগা, সোৱাদ নলগা