Subscribe
URL of the page has been copied to clipboard.
Meaning : বেয়া শাসন
Example : কংসৰ কুশাসনত প্রজাগণ সংকিত হৈ আছিল
Synonyms : অপশাসন, কুশাসন, দুঃশাসন, নৈৰাজ্য
Meaning : শাসনহীন হোৱা অৱস্থা
Example : দিনে-প্রতিদিনে দেশত অৰাজকতা বাঢ়িহে গৈ আছে
Synonyms : অৰাজ, নৈৰাজ্য, শাসনহীনতা
Install App