Subscribe
URL of the page has been copied to clipboard.
Meaning : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
Example : সোমবাৰ সপ্তাহৰ প্রথম দিন
Synonyms : দিন, দিৱস, বাসৰ, বাৰ
Meaning : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
Example : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
Synonyms : অহ, দিন, দিনা, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ
Install App