Meaning : উৎপন্ন হোৱা
Example :
যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে
Synonyms : উঠা
Meaning : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল
Example :
Synonyms : আগমন কৰা, উপস্থিত হোৱা, পোৱা
Meaning : ঋতু বা সময়ৰ শুভাৰম্ভ হোৱা
Example :
বসন্তকাল আহিল
Meaning : ক্রয় কৰি কোনো বস্তু লাভ কৰা
Example :
সোমবাৰে আমাৰ নতুন গাড়ী আহিব