Subscribe
URL of the page has been copied to clipboard.
Meaning : অভিমান কৰা ব্যক্তি
Example : মই সেই অভিমানীৰ ্ছাঁটোৰ পৰাও দূৰত থাকিব বিচাৰো
Synonyms : অভিমানী, অহঙ্কাৰী, দম্ভী, ্গর্বী
Meaning : অহংকাৰ দেখুৱাওতা
Example : তেওঁ ্ইমান অহংকাৰী যে কথাই পাতিবলৈয়ো মন নকৰে
Synonyms : গঙাটোপ, দম্ভী, দাম্ভিক, ্মদগর্বী
Meaning : যি অভিমান, দর্প, ্ অহংকাৰ আদিৰে ভৰি আছে:অহংকাৰী মানুহ সমাজৰ কলংক স্বৰূপ
Example :
Synonyms : ্ গর্বী, ্ দর্পী
Meaning : নিজকে নিজে ডাঙৰ বুলি ভবা লোক
Example : অহংকাৰী মানুহে আনৰ প্রশংসা শুনিব নোৱাৰে
Synonyms : আত্ম-প্রশংসক
Install App