Subscribe
URL of the page has been copied to clipboard.
Meaning : চল-কপট বা আন কিবা প্রকাৰৰ অনাচাৰ কৰা অৱস্থা বা ভাব
Example : বেইমানীৰ ধন কেতিয়াও নাথাকে
Synonyms : বেইমানী
Meaning : ভালৰ ওলোটা বা বিপৰীত
Example : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
Synonyms : অধম, অনুচিত, অপকৃষ্ট, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
Install App