Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কথা আদি কৈ বা প্রতিশ্রুতি আদি ৰাখি তাক অস্বীকাৰ কৰা বা কথা দি কথা নৰখা কার্য
Example : তেওঁ নিজৰ কথা অস্বীকাৰ কৰিলে
Synonyms : কথা নৰখা, বাগৰ মৰা
Meaning : কোনো কাম বা কথাত সন্মতি নিদিয়া
Example : তেওঁ ্ মোৰ মতটোক অস্বীকাৰ কৰিলে
Synonyms : আসৈ মতা, নাথুকাৰ কৰা, নুই কৰা, মানি নোলোৱা
Install App