Meaning : যি অলপ সময় বা দিনহে থাকে
Example :
জীৱনত সুখ ক্ষণস্থায়ী
Synonyms : অথিৰ, অনিত্য, ক্ষণভংগুৰ, ক্ষণভঙ্গুৰ, ক্ষণস্থায়ী
Meaning : যাক কাৰোবাৰ ঠাইত কাম চলোৱাৰ উদ্দেশ্যে কিছু সময়ৰ কাৰণে ৰখা হয়
Example :
এই কার্যালয়টোত মহেশত বাদ দি বাকী সকলো অস্থায়ী