Meaning : দেহ-মন আদিক অসুস্থ কৰি তোলা শাৰীৰিক প্রক্রিয়া
Example :
যত্ন নোলোৱা শৰীৰত নানান বেমাৰ হʼব পাৰে ডাঙৰ-ডাঙৰ ডাক্তৰেও ৰোগটো চিনাক্ত কৰিব নোৱাৰিলে
Synonyms : অসুখ-বিসুখ, অস্বস্থতা, আজাৰ, আধি-ব্যাধি, আর্তি, নৰিয়া, বিকাৰ, বেমাৰ, বেমাৰ-আজাৰ, ব্যাধি, ৰোগ, ৰোগ-ব্যাধি, ৰোগভোগ
Meaning : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট
Example :
ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে
Synonyms : অন্তর্দাহ, ক্লেশ, দুঃখ, দুখ, পীড়া, বিষাদ, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ