Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ ক্রিয়া বা প্রচেষ্টা স্তব্ধ হৈ আছে
Example : ৰোগীজন নিষ্ক্রিয় অৱস্থাত বিচনাত পৰি আছে
Synonyms : নিষ্ক্রিয়, সুপ্ত
Meaning : যিটো ৰুচিপূর্ণ নহয়
Example : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
Synonyms : অৰুচিকৰ, নীৰস, ৰসহীন, ৰুচিহীন
Install App