Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অসহজ from অসমীয়া dictionary with examples, synonyms and antonyms.

অসহজ   বিশেষণ

Meaning : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

Example : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

Synonyms : কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন

Meaning : যিটো সহজ নহয়

Example : এই কঠিন সমস্যাটোৰ সমাধান সূত্র শীঘ্রে উলিওৱা উচিত

Synonyms : কঠিন, বিষম

Meaning : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

Example : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

Synonyms : কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল