Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অসমীয়া from অসমীয়া dictionary with examples, synonyms and antonyms.

অসমীয়া   বিশেষ্য

Meaning : অসম ৰাজ্যৰ ভাষা

Example : তেওঁ হিন্দী, গুজৰাটী আৰু মাৰাঠীৰ লগতে অসমীয়াও কʼব পাৰে

Synonyms : অসমীয়া ভাষা

Meaning : অসম ৰাজ্যৰ অধিবাসী

Example : ভালেমান অসমীয়া মোৰ ভাল বন্ধু

Meaning : অসম ৰাজ্যৰ নিবাসী

Example : মোৰ ভালেমান অসমীয়া বন্ধু আছে

অসমীয়া   বিশেষণ

Meaning : অসমীয়া ভাষাৰ সৈতে সম্বন্ধ থকা বা অসমীয়া ভাষাৰ

Example : তেওঁৰ অসমীয়া সাহিত্যৰ একো জ্ঞান নাই

Meaning : যিটো অসম সম্বন্ধীয় বা অসমৰ লগত জড়িত

Example : মোৰ ককা-দেউতাই ভালেমান বছৰ অসমত কটোৱাৰ কাৰণে তেখেতৰ অসমীয়া সংস্কৃতিৰ বিষয়ে ভাল জ্ঞান আছে

Meaning : অসমত থকা বা বসতি কৰা

Example : সন্ত্রাস সমস্যাৰ দ্বাৰা অসমীয়া লোক পীড়িত