Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো সমতল নহয়
Example : তেওঁ খেতি কৰিবৰ কাৰণে ওখোৰা-মোখোৰা মাটিখিনি সমান কৰি আছে
Synonyms : অসমতল, উখ-চাপৰ, ওখোৰা-মোখোৰা
Meaning : যাৰ উপৰিভাগ ঠায়ে ঠায়ে ওখ-চাপৰ
Example : বাঢ়ৈয়ে খহটা পাটখনক ৰাণ্ডা মাৰি মিহি কৰিছে
Synonyms : খহটা, ৰুক্ষ
Install App