Meaning : * পূর্ণৰূপত সফল ্নোহোৱা বা পতন হোৱা
Example :
আপোনাৰ কাৰণে মোৰ যোজনা অসফল হʼল
Synonyms : ফেইল হোৱা
Meaning : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য
Example :
মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল
Synonyms : পৰাজিত হোৱা, হৰা