Subscribe
URL of the page has been copied to clipboard.
Meaning : তৃপ্তি নোপোৱা অৱস্থা
Example : আনন্দই ভগৱান বুদ্ধক মনৰ অতৃপ্তি দূৰ কৰাৰ উপায় সুধিলে
Synonyms : অতুষ্টি, অতৃপ্তি, অপৰিতোষ, অসন্তোষ
Meaning : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
Example : আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
Synonyms : অপ্রসন্নতা, অসন্তোষ
Install App