Subscribe
URL of the page has been copied to clipboard.
Meaning : যি প্রসন্ন নহয়
Example : ৰামৰ আচৰণত গুৰুদেৱ অসন্তুষ্ট হৈছে
Synonyms : অপ্রসন্ন, কোপিত, ক্ষুণ্ণ, নাৰাজ, ৰুষ্ট
Meaning : যি তৃপ্ত হোৱা নাই
Example : জ্ঞান সাগৰত তেওঁৰ মন এতিয়াও অতৃপ্ত
Synonyms : অতুষ্ট, অতৃপ্ত
Install App