Meaning : বেয়া লক্ষণ বা চিন
Example :
ঘৰৰ পৰা ওলোৱা সময়ত কোনোবাই হাচিওৱা অশুভ লক্ষণ বুলি ধৰা হয়
Synonyms : কুলক্ষণ
Meaning : যি লক্ষণ অশুভৰ পৰিচায়ক
Example :
ৰামে লংকাত প্রবেশ কৰোতেই অশুভ লক্ষণে দেখা দিলে
Synonyms : অমংগল