Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ভয় ৰহিত
Example : মনু এগৰাকী নি্র্ভীক ছোৱালী
Synonyms : অকুতোভয়, অশংকিত, অশঙ্ক, অশঙ্কিত, নি্র্ভীক, নি্র্ভয়, বে-পৰোৱা, ভীতিশূন্য, ভীতিহীন, ভয়শূন্য, ভয়হীন, শংকাশূন্য
Meaning : যিটো আশংকিত নহয়
Example : মহাভাৰত যুদ্ধৰ পিছত পাণ্ডৱে শংকাহীনভাৱে কিছুকাল ৰাজ্য শাসন কৰিছিল
Synonyms : অশঙ্ক, নিশংকা, নিশঙ্কা, শংকাহীন, শঙ্কাহীন, সংশয়হীন
Install App