Subscribe
URL of the page has been copied to clipboard.
Meaning : ভাগ্য বা সংযোগবশতঃ হোৱা
Example : দৈৱিক ঘটনাক অৱজ্ঞা কৰা বৰ কঠিন
Synonyms : দৈৱিক
Meaning : পৰলোকৰ লগত সম্বন্ধ ৰখা
Example : মহাত্মাজীয়ে পৰলৌকিক কথা কৈ আছে
Synonyms : দিব্য, পৰলৌকিক
Meaning : ইন্দ্রিয়ৰ দ্বাৰা জ্ঞান বা অনুভৱ নোহোৱা
Example : ঈশ্বৰ ইন্দ্রিয়াতীত
Synonyms : অতিন্দ্রিয়, অপ্রত্যক্ষ, ইন্দ্রিয়গোচৰ, ইন্দ্রিয়াতীত, দেহাতীত, পৰোক্ষ
Meaning : যি মানৱী নহয় বা তাৰ ওপৰৰ
Example : ৰাম, কৃষ্ণ আদি অলৌকিক পুৰুষ আছিল
Synonyms : অমানৱী
Install App