Subscribe
URL of the page has been copied to clipboard.
Meaning : মগজুৰ বিকৃতি ঘটা
Example : চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে
Synonyms : উন্মত্ত, উন্মাদ, পগলা, পাগল, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল
Install App