Subscribe
URL of the page has been copied to clipboard.
Meaning : ঘৰৰ সন্মুখ বা দাঁতিৰ বাহিৰলৈ ওলাই থকা ছাঁ দিব পৰা অংশ
Example : শ্যামে বাৰাণ্ডাত বহি চাহ খাই আছিল
Synonyms : আগচালি, বাৰাণ্ডা, বেলকনি
Meaning : কʼলা ৰঙৰ এবিধ পতংগ
Example : ভোমোৰাই ফুলৰ ওপৰত উৰি আছে সুৰদাসে ভ্রমৰক লৈ ভ্রমৰগীত লিখিছিল
Synonyms : অলি, দ্বিৰেফ, ভৃঙ্গ, ভোমোৰা, ভ্রমৰ, ভ্রমৰক
Install App