Subscribe
URL of the page has been copied to clipboard.
Meaning : যি লিপিবদ্ধ নহয়
Example : শ্যামে অলিখিত লোককথাবোৰ লিপিবদ্ধ কৰি জনমানসৰ আগত দাঙি ধৰিলে
Synonyms : অলিপিবদ্ধ
Meaning : যি লিখিত নহয় কিন্তু প্রথাৰ ওপৰত আধাৰিত
Example : এই ক্লাবটোত কিছুমান অলিখিত নিয়ম আছে
Install App