Subscribe
URL of the page has been copied to clipboard.
Meaning : যি যোগ্য নহয়
Example : তেওঁৰ ্ডাঙৰ লʼৰাটো বৰ অযোগ্য
Synonyms : অযোগ্য
Meaning : যি কোনো কাম নকৰে
Example : নি্ষ্কর্মা ব্যক্তিক সকলোৱে বেয়া পায়
Synonyms : অকর্মণ্য, অকর্মা, অকাজভাগী, অকামিলা, নি্ষ্কর্মা, বেকাৰ
Meaning : যিজন যোগ্য নহয়
Example : প্রবন্ধকগৰাকীয়ে অযোগ্য লোকসকলক সংস্থাৰ পৰা উলিয়াই দিলে
Synonyms : অনুপযুক্ত, অনুপযোগী, অযোগ্য, গড়লায়ক, জলধা, যোগ্যহীন
Install App