Subscribe
URL of the page has been copied to clipboard.
Meaning : মানুহৰ দ্বাৰা নির্মিত শোভাবর্ধক বস্তু
Example : প্রত্যেক নাৰীয়েই অলংকাৰ ভাল পায়
Synonyms : অলঙ্কাৰ, আভূষণ, আভৰণ, গহনা
Meaning : সাহিত্যত বর্ণ্্না কৰাৰ সেই ৰীতি যাৰ দ্বাৰা চমৎকাৰিত্ব আৰু ৰোচকতা আহে
Example : বিশেষভাৱে অলংকাৰ দুই প্রকাৰৰ, শ্্ব্দালংকাৰ আৰু অর্থালংকাৰ
Install App