Meaning : দেৱতা, সমাধি আদিৰ ওপৰত শ্রদ্ধাপূর্বক অর্পণ ্কৰা
Example :
তেওঁ শিৱৰ প্রতিমাত জল, চাউল, পুষ্প আৰু বেল পাত অর্পণ কৰিলে
Synonyms : উৎসর্গা
Meaning : কাৰোবাৰ দ্বাৰা শ্রদ্ধা সহকাৰে দেৱতা, সমাধি আদিৰ ওপৰত কোনো বস্তু দিয়া কার্য
Example :
গান্ধীজীৰ সমাধিত সদায় সজীৱ ফুল অর্পণ কৰা হয়
Meaning : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
Example :
মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
Synonyms : অধীন কৰা