Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো বাস্তৱসন্মত নহয়
Example : তেওঁ ্কাল্পনিক কথাবোৰ সকলোকে শুনাই থাকে
Synonyms : অবাস্তৱিক, কল্পিত, কাল্পনিক, খেয়ালি, মিছা
Meaning : যিটো উচিত বা যুগুত নহয়
Example : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
Synonyms : অনুচিত, অন্যায়, অযুগুত, অসংগত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
Install App