Subscribe
URL of the page has been copied to clipboard.
Meaning : পানীত মিশ্রণ হোৱা নিমখীয়া সোৱাদৰ এবিধ যৌগিক পদার্থ, যি লিটমাছ কাগজক ৰঙা কৰে আৰু ক্ষাৰকৰ লগত সংমিশ্রণ ঘটাই নিমখ তৈয়াৰ কৰা হয়
Example : অম্লৰ ব্যৱহাৰ সাৱধানেৰে কৰা উচিত
Synonyms : এচিদ
Meaning : কেঁচ্া আম, তেতেলী আদিৰ সোৱাদ
Example : টেঙা ফলত ভিটামিন চি অধিক পৰিমাণে পোৱা যায়
Synonyms : অম্বল, অম্লময়, অম্লযুক্ত, অম্লস্বাদ, অম্লাক্ত, আম্লিক, টেঙা, টেঙেচীয়া
Install App