Subscribe
URL of the page has been copied to clipboard.
Meaning : অত্যধিক মূল্যৰ:তেওঁৰ সৰুৰে পৰা মূল্যবান বস্তু কিনাত চখ আছে
Example :
Synonyms : দামী, বহুমূলীয়া, বহুমূল্য, মহঙা, মহার্ঘ, মূল্যবান, মৰগীয়া
Meaning : যʼত মূল্য আৰোপ কৰিব নোৱাৰি
Example : মহাপুৰুষৰ বাণী অমূল্য
Synonyms : মূল্যাতীত
Install App