Subscribe
URL of the page has been copied to clipboard.
Meaning : মাজভাগ ফোপোলা আৰু অসংখ্য গুটিৰে ভৰা পকিলে সোৱাদ লগা এবিধ ফল আৰু তাৰ গছ:মায়ে অমিতাৰ তৰকাৰী ৰান্ধিছে
Example :
Synonyms : অমৃতা, মধুফল, মৈতফল
Meaning : সোৱাদযুক্ত ফল লগা একপ্রকাৰৰ গছ যাৰ কাঠ কোনো কামত ব্যৱহাৰ নহয়
Example : শ্যামে অমিতাজোপা মূলেৰে সৈতে কাটি পেলালে
Synonyms : অমিতা গছ
Install App