Subscribe
URL of the page has been copied to clipboard.
Meaning : যি কোনো কথা কʼবলৈ বা কাম কৰিবলৈ সংকোচবোধ নকৰে
Example : কবিৰ অভদ্র মানুহ আছিল
Synonyms : অভদ্র, অশিষ্ট, অসভ্য, হুটা, ৰুঢ়
Meaning : যিটো পৰিষ্কৃত নহয় বা যাক পৰিষ্কাৰ কৰা হোৱা নাই
Example : সাহিত্যত অমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত নহয়
Synonyms : অপৰিষ্কৃত, অসংস্কৃত
Install App