Subscribe
URL of the page has been copied to clipboard.
Meaning : মানুহৰ স্বভাৱ, প্রকৃতি বা আচৰণৰ বিপৰীত আচৰণ কৰা বা পশুৰ দৰে কৰা আচৰণ
Example : পাশৱিক প্রবৃত্তিবোৰক কেতিয়াও প্রশ্রয় দিয়া উচিত নহয়
Synonyms : অমানৱীয়, পশুৱৎ, পাশৱিক
Meaning : অসুৰৰ লগত সম্বন্ধ থকা বা অসুৰৰ
Example : আসুৰিক কথা শুনায় তেওঁ ্মোক ভয় খুৱাই দিলে
Synonyms : আসুৰিক, পৈশাচিক
Install App