Subscribe
URL of the page has been copied to clipboard.
Meaning : যি সাৱধান নহয়
Example : অসাৱধান লোক বিপদত পৰে
Synonyms : অন্যমনস্ক, অনৱধান, অসতর্ক, অসাৱধান, চকু-কাণ মুদা, বে-হুঁচিয়াৰ
Meaning : ধ্যান নাইকিয়া
Example : ধ্যানহীন লʼৰা-ছোৱালী পঢ়া-শুনাত বৰ দুর্বল
Synonyms : অন্যমনস্ক, আনমনা, ধ্যানহীন, মনোযাগহীন
Install App