Meaning : অসাৱধান হৈ থকা অৱস্থা বা ভাব
Example :
অসাৱধানতাৰে ৰাষ্টা পাৰ হোৱাৰ সময়ত মোহনক এখন গাড়ীয়ে খুন্দামাৰি থৈ গʼল
Synonyms : অসাৱধানতা
Meaning : কোনো কথা বা কামত মন লীন নোহোৱা দশা বা ভাব
Example :
যোগৰ দ্বাৰা অমনোযোগিতা দূৰ কৰিব পাৰি
Synonyms : ধ্যানহীনতা