Subscribe
URL of the page has been copied to clipboard.
Meaning : খনিৰ পৰা ওলোৱা এক প্রকাৰ কাঁচ সদৃশ জিলিকি থকা চনকা ধাতু
Example : ভাৰতৰ ৰাজস্থানত অভ্র অধিক পৰিমাণে পোৱা যায়
Synonyms : মাইকা
Meaning : পৃথিৱীৰ পানীভাগ সূর্যৰ ্ তাপত ভাপ হৈ আকাশত জমা হোৱা অংশ আৰু যʼৰ পৰা বৰষুণ হয়
Example : মেঘৰ পৰা বৰষুণ হয় আকাশখন কʼলা ডাৱৰে ছানি ধৰিছে
Synonyms : অম্বুধৰ, জলদ, জলধৰ, ডাৱৰ, পয়োধৰ, বাৰিদ, মেঘ
Meaning : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
Example : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
Synonyms : অন্তৰীক্ষ, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম, শূন্য
Install App