Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অভ্র from অসমীয়া dictionary with examples, synonyms and antonyms.

অভ্র   বিশেষ্য

Meaning : খনিৰ পৰা ওলোৱা এক প্রকাৰ কাঁচ সদৃশ জিলিকি থকা চনকা ধাতু

Example : ভাৰতৰ ৰাজস্থানত অভ্র অধিক পৰিমাণে পোৱা যায়

Synonyms : মাইকা

Meaning : পৃথিৱীৰ পানীভাগ সূর্যৰ ্ তাপত ভাপ হৈ আকাশত জমা হোৱা অংশ আৰু যʼৰ পৰা বৰষুণ হয়

Example : মেঘৰ পৰা বৰষুণ হয় আকাশখন কʼলা ডাৱৰে ছানি ধৰিছে

Synonyms : অম্বুধৰ, জলদ, জলধৰ, ডাৱৰ, পয়োধৰ, বাৰিদ, মেঘ

Meaning : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়

Example : আকাশখন কʼলা ডাৱৰে আৱৰি আছে

Synonyms : অন্তৰীক্ষ, অম্বৰ, আকাশ, আসমান, , গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম, শূন্য