Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
Example : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
Synonyms : অভিজ্ঞ, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পকা, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত
Meaning : যিটোৰ অভ্যাস আছে
Example : শ্যাম কঠোৰ শ্রম কৰাত অভ্যস্ত
Synonyms : চিৰাভ্যস্ত
Install App